পিং পং
কেনেকৈ খেলে----
সেউজীয়া পতাকাখনত ক্লিক্ কৰিব। তাৰ পিছত, খেল আৰম্ভ কৰিবলৈ 'স্পেচ্' টিপিব। বলটোক ৰঙা ৰেখাডাল চুবলৈ দিব নালাগে। তেনে কৰিবলৈ, সোঁফালৰ(আপোনাৰ) ক'লা ৰেখাডালক মাজত আনিব লাগিব। ৰেখাডাল ওপৰ তল কৰিবলৈ মাউচৰ কাৰ্চৰডাল ওপৰ তল কৰিব! খেলটো ল'ড হ'বলৈ অলপ সময় লাগিব পাৰে।